సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
ఉదాహరణ : তেওঁ ্ পকা আম খাই আছে
పర్యాయపదాలు : পকা
అర్థం : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ఉదాహరణ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
పర్యాయపదాలు : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত
అర్థం : পূর্ণ বিকশিত
ఉదాహరణ : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে
పర్యాయపదాలు : প্রৌঢ়
అర్థం : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
ఉదాహరణ : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
పర్యాయపదాలు : অনুভবী
ఆప్ స్థాపించండి