సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন চিনা জনা হয়
ఉదాహరణ : তাত মোৰ কেইবাজনো পৰিচিত ব্যক্তি উপস্থিত আছিল
అర్థం : যিটো জনা বা চিনাকি
ఉదాహరణ : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে
పర్యాయపదాలు : চা-চিনাকি, চিনা-জনা, জনা-শুনা, জনাশুনা
అర్థం : যাক ভালদৰে জনা যায়
ఉదాహరణ : এই কথাটো মোৰ জ্ঞাত
పర్యాయపదాలు : জনা-শুনা, জ্ঞাত, প্রজ্ঞাত, পৰিজ্ঞাত, বিজ্ঞাত, বিদিত
ఆప్ స్థాపించండి