సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কি হʼব লাগে বা কি হোৱা উচিত সেইয়া নিজৰ মাজতে লগহৈ জনা কার্য
ఉదాహరణ : প্রধানমন্ত্রীয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো মন্ত্রীৰ পৰা পৰামর্শ বিচাৰিলে
పర్యాయపదాలు : দিহা-পৰামর্শ
అర్థం : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
ఉదాహరణ : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
పర్యాయపదాలు : মতামত, মন্তব্য, ্ৰায়
ఆప్ స్థాపించండి