సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
ఉదాహరణ : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
పర్యాయపదాలు : বাহুবল, শাৰীৰিক শক্তি
అర్థం : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
ఉదాహరణ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
పర్యాయపదాలు : জোৰ, তেজ, বল, শকতি, শক্তি
అర్థం : বীৰ হোৱা অৱস্থা বা ভাব
ఉదాహరణ : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত
పర్యాయపదాలు : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ
ఆప్ స్థాపించండి