అర్థం : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
ఉదాహరణ :
এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
పర్యాయపదాలు : আদবয়সীয়া, মধ্যবয়সীয়া, মধ্যবয়স্ক
అర్థం : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
ఉదాహరణ :
আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
పర్యాయపదాలు : আদহীয়া, মধ্যবয়সীয়া