సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দীঘল আৰু বহল সমতল ভূমি
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
పర్యాయపదాలు : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান
అర్థం : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ఉదాహరణ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
పర్యాయపదాలు : দেশ, প্রদেশ, ৰাজ্য
అర్థం : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ఉదాహరణ : এই কাঁহীখনৰ কাণটো বৰ পাতল
పర్యాయపదాలు : কাণ, কাষ, কিনাৰ, মূৰ
ఆప్ స్థాపించండి