అర్థం : জন্তু বা প্রাণীৰ উৎপত্তি, বিকাশ, স্বৰূপ আৰু সিহঁতৰ বিভিন্ন বিভাগ আদিৰ বিচাৰ-বিশ্লেষণ কৰা বিজ্ঞান
ఉదాహరణ :
প্রাণীবিজ্ঞান সুশান্তৰ প্রিয় বিষয়
పర్యాయపదాలు : প্রাণীবিজ্ঞান
అర్థం : যি বিজ্ঞানত জীৱ-জন্তু আৰু বনস্পতি আদিৰ উৎপত্তি, স্বৰূপ, বিকাশ আৰু শ্রেণীবিভাজন আদিৰ বিশেষভাৱে অধ্যয়ন কৰা হয়
ఉదాహరణ :
মনীষদেৱ প্রাণীবিজ্ঞানৰ প্রৱক্তা
పర్యాయపదాలు : জীৱ বিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান