సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ఉదాహరణ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
పర్యాయపదాలు : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, পৰাণ
అర్థం : জীয়াই থকা অৱস্থা
ఉదాహరణ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
పర్యాయపదాలు : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, পৰাণ
ఆప్ స్థాపించండి