అర్థం : যিটো কামত লাগে
ఉదాహరణ :
এই কিতাপখন লʼৰা-ছোৱালীৰ কাৰণে বৰ উপযোগী
పర్యాయపదాలు : উপযোগী, প্রয়োজনসাধক, প্রয়োজনীয়, লাগতিয়াল
అర్థం : যিটো কʼৰবাত আৰোপ বা লগোৱা হৈছে
ఉదాహరణ :
বিদ্যালয়ৰ দ্বাৰা প্রযোজ্য নিয়ম সকলো ছাত্র-ছাত্রীয়ে মানিব লাগিব