అర్థం : যʼত প্রভাৱ থাকে
ఉదాహరణ :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
పర్యాయపదాలు : শক্তিশালী
అర్థం : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
ఉదాహరణ :
এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
పర్యాయపదాలు : প্রভাৱকাৰী, প্রমাণী
అర్థం : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
ఉదాహరణ :
চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
పర్యాయపదాలు : প্রৱল
అర్థం : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
ఉదాహరణ :
এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
పర్యాయపదాలు : প্রতিক্রিয়াশীল