పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి প্রধান শিক্ষক అనే పదం యొక్క అర్థం.

প্রধান শিক্ষক   বিশেষ্য

అర్థం : প্রধান শিক্ষকৰ পদবী

ఉదాహరణ : মই প্রধান শিক্ষকৰ কাৰণে সাক্ষাৎকাৰ দিবলৈ গৈ আছো

పర్యాయపదాలు : প্রধান আচার্য, ্হেড মাষ্টৰ

అర్థం : যাৰ অধীনত সকলো প্রাধ্যাপক আৰু প্রাধ্যাপিকাই কাম কৰে

ఉదాహరణ : অধ্যক্ষই বন্তি প্রজ্বলন কৰি বার্ষিক মহোৎসৱৰ শুভাৰম্ভ কৰিলে

పర్యాయపదాలు : অধ্যক্ষ

అర్థం : বিদ্যালয়ৰ গুৰিয়াল শিক্ষক

ఉదాహరణ : গণতন্ত্র দিৱসত আমাৰ বিদ্যালয়ৰ প্রধান শিক্ষকে পতাকা উত্তোলন কৰিছিল

పర్యాయపదాలు : প্রধান অধ্যাপক, প্রধান আচার্য, মুখ্য-অধ্যাপক, হেডপণ্ডিত, হেডমাষ্টৰ

అర్థం : কোনো বিদ্যালয়ৰ শিক্ষকসকলৰ প্রধান

ఉదాహరణ : পণ্ডিত ৰাম মনোহৰদেৱ এই বিদ্যালয়ৰ প্রধান শিক্ষক

పర్యాయపదాలు : প্রধান অধ্যাপক, প্রধান আচার্য, প্রিন্সিপাল, হেড পণ্ডিত, হেড মাষ্টৰ, ্হেডমাষ্টাৰ