సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
ఉదాహరణ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
పర్యాయపదాలు : ৰাজ্য
అర్థం : কোনো প্রদেশত বসবাস কৰা লোক
ఉదాహరణ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
పర్యాయపదాలు : প্রান্ত, ৰাজ্য
అర్థం : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ఉదాహరణ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
పర్యాయపదాలు : দেশ, প্রান্তৰ, ৰাজ্য
అర్థం : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ఉదాహరణ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
పర్యాయపదాలు : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান
అర్థం : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
ఉదాహరణ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
ఆప్ స్థాపించండి