సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ఉదాహరణ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
పర్యాయపదాలు : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
అర్థం : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
ఉదాహరణ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
పర్యాయపదాలు : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
అర్థం : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ఉదాహరణ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
అర్థం : সামান্য মিল থকা
ఉదాహరణ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
పర్యాయపదాలు : আভা, আভাস
ఆప్ స్థాపించండి