అర్థం : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
ఉదాహరణ :
পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
పర్యాయపదాలు : আশানুকূল, আশানুৰূপ, আশান্বিত, প্রত্যাশিত, মনে ভবা
అర్థం : যেতিয়া কোনো বস্তু, কথা আদিৰ প্রতীক্ষা কৰা হয়
ఉదాహరణ :
প্রতীক্ষিত ব্যক্তি এতিয়ালৈকে নাহিল
పర్యాయపదాలు : অপেক্ষিত