అర్థం : যিজনে কাৰোবাৰ প্রতীক্ষা কৰে
ఉదాహరణ :
প্রতীক্ষক সকলে দুঘণ্টা ধৰি নেতাজীৰ অপেক্ষা কৰিলে
పర్యాయపదాలు : অপেক্ষক
అర్థం : প্রতীক্ষা কৰোতা
ఉదాహరణ :
প্রতীক্ষাৰত ব্যক্তিজনে এঘণ্টা আপোনাৰ প্রতীক্ষা কৰি গুচি গʼল
పర్యాయపదాలు : অপেক্ষাৰত, প্রতীক্ষাৰত