సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাক দৃঢ়তা বা প্রতিজ্ঞাপূর্বক কোনো কামক কৰাৰ বা নকৰাৰ বাবে কোৱা
ఉదాహరణ : ভীষ্মই সত্যৱতীক আজীৱন ব্রহ্মচাৰী হৈ থকাৰ বচন দিছিল
పర్యాయపదాలు : কথা দিয়া, বচন দিয়া
అర్థం : কিবা কৰা বা নকৰা বিষয়ত নিশ্চিত কৰা
ఉదాహరణ : ভীষ্মই আজীৱন ্ ব্রহ্মচর্য ব্রত ্ পালন কৰিম বুলি প্রতিজ্ঞা কৰিছিল
పర్యాయపదాలు : অংগীকাৰ কৰা, পণ কৰা, শপত লোৱা, সংকল্প লোৱা
ఆప్ స్థాపించండి