పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి প্রচাৰক అనే పదం యొక్క అర్థం.

প্রচাৰক   বিশেষ্য

అర్థం : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি

ఉదాహరణ : নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে

అర్థం : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি

ఉదాహరణ : কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে

প্রচাৰক   বিশেষণ

అర్థం : ঘোষণা কৰোতা

ఉదాహరణ : আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল

పర్యాయపదాలు : ঘোষক

అర్థం : প্রচাৰ কৰোতা

ఉదాహరణ : এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে