అర్థం : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
ఉదాహరణ :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
పర్యాయపదాలు : আলোকিত
అర్థం : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
ఉదాహరణ :
শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
అర్థం : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
ఉదాహరణ :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
పర్యాయపదాలు : আৱিভূত, প্রকটিত, প্রস্ফূটিত
అర్థం : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
ఉదాహరణ :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
పర్యాయపదాలు : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত