అర్థం : কোনো বস্তুৰ চাৰিভাগৰ এভাগ
ఉదాహరణ :
ইয়াৰ ওজন এপোৱা
పర్యాయపదాలు : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ
అర్థం : সমান অৱস্থাত উপনীত হোৱা অৱস্থা
ఉదాహరణ :
তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা
అర్థం : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
ఉదాహరణ :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
పర్యాయపదాలు : লাভ কৰা
అర్థం : কোনো পদ, স্থান আদিলৈকে আহি পোৱা
ఉదాహరణ :
নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি
అర్థం : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
ఉదాహరణ :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
పర్యాయపదాలు : উপনীত হোৱা
అర్థం : প্রাপ্ত হোৱা বা পোৱা কার্য
ఉదాహరణ :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
పర్యాయపదాలు : প্রাপ্তি ঘটা, লাভ কৰা
అర్థం : পৰি থকা বস্তু উঠোৱা
ఉదాహరణ :
আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো
అర్థం : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
ఉదాహరణ :
আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো
పర్యాయపదాలు : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা
అర్థం : নিজৰ অধিকাৰ সাব্যস্ত কৰা
ఉదాహరణ :
অশোকে কলিংগত জয় লাভ কৰিছিল
పర్యాయపదాలు : প্রাপ্ত কৰা, লাভ কৰা
అర్థం : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
ఉదాహరణ :
పర్యాయపదాలు : অহা, আগমন কৰা, উপস্থিত হোৱা
అర్థం : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
ఉదాహరణ :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
పర్యాయపదాలు : উপনীত হোৱা
అర్థం : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা
ఉదాహరణ :
মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি
అర్థం : চাৰিভাগৰ এক অংশ
ఉదాహరణ :
তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে
అర్థం : নিৰ্দিষ্ট স্থানত উপনীত কৰা
ఉదాహరణ :
পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে