అర్థం : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
ఉదాహరణ :
তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
అర్థం : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
ఉదాహరణ :
তেওঁ বংশগত ্ৰোগত ভুগিছে
పర్యాయపదాలు : আনুবংশিক, বংশগত, বংশানুক্রমিক
అర్థం : পিতা সম্বন্ধীয়
ఉదాహరణ :
আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ