అర్థం : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ఉదాహరణ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
పర్యాయపదాలు : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
అర్థం : কোনো বস্তু তললৈ পেলোৱা কার্য
ఉదాహరణ :
লʼৰাটোৱে গাখীৰখিনি
అర్థం : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
ఉదాహరణ :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
పర్యాయపదాలు : পেলোৱা