పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পেপুৱা লগা అనే పదం యొక్క అర్థం.

পেপুৱা লগা   ক্ৰিয়া

అర్థం : কোনো মানুহে একো কাম কৰিব নোৱাৰাকৈ ভয় খুওৱা কার্য

ఉదాహరణ : ডকাইতে গাঁওবাসীক বোমা দলিয়াই সন্ত্রাসিত কৰিলে

పర్యాయపదాలు : আতংকিত কৰা, আতঙ্কিত কৰা, ত্রস্ত কৰা, ত্রাসিত কৰা, ভয়ার্ত ্কৰা, শংকিত কৰা, শঙ্কিত কৰা, সন্ত্রাসিত কৰা

అర్థం : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা

ఉదాహరణ : গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল

పర్యాయపదాలు : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, থৰহৰি কম্পমান হোৱা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা