సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বহুত খাব পৰা ব্যক্তি
ఉదాహరణ : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
పర్యాయపదాలు : খাইকহ, জীয়াভূত, ৰাক্ষহ
అర్థం : ডাঙৰ পেটযুক্ত
ఉదాహరణ : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে
అర్థం : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
ఉదాహరణ : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
పర్యాయపదాలు : অতিভোজী, ঔদৰিক, খকুৱা
ఆప్ స్థాపించండి