సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
ఉదాహరణ : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
పర్యాయపదాలు : পৃষ্ঠভূমি
అర్థం : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
ఉదాహరణ : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
పర్యాయపదాలు : পটভূমি, পৃষ্ঠভূমি
ఆప్ స్థాపించండి