పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৃথিৱী అనే పదం యొక్క అర్థం.

পৃথিৱী   বিশেষ্য

అర్థం : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ఉదాహరణ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

పర్యాయపదాలు : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

అర్థం : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ఉదాహరణ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

పర్యాయపదాలు : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

అర్థం : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি

ఉదాహరణ : তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে

పర్యాయపదాలు : দুনিয়া

అర్థం : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী

ఉదాహరణ : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে

పర్యాయపదాలు : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা