పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৃথক হোৱা అనే పదం యొక్క అర్థం.

পৃথক হোৱা   ক্ৰিয়া

అర్థం : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

ఉదాహరణ : তেওঁ কংগ্রেছৰ পৰা ওলাল

పర్యాయపదాలు : ওলোৱা

అర్థం : কোনো অংশত পৃথক পৃথক হোৱা

ఉదాహరణ : স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল

పర్యాయపదాలు : বিভক্ত হোৱা

అర్థం : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ఉదాహరణ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

పర్యాయపదాలు : এৰাই যোৱা, এৰি যোৱা, ওলাই যোৱা

అర్థం : * সম্বন্ধ আদি নাইকিয়া হোৱা

ఉదాహరణ : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

పర్యాయపదాలు : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা