పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পুৰাতন అనే పదం యొక్క అర్థం.

পুৰাতন   বিশেষণ

అర్థం : যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল

ఉదాహరణ : এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

పర్యాయపదాలు : আদিম, পুৰণা, পুৰণি, পুৰাকালীন, প্রাক্-কালীন, প্রাচীন

అర్థం : যিটো প্রচলিত নহয়

ఉదాహరణ : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

పర్యాయపదాలు : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰণিকলীয়া, প্রচলনহীন

అర్థం : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ఉదాహరణ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

పర్యాయపదాలు : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া