అర్థం : প্রধানভাৱে ইতিহাসৰ পূর্ব্্কালৰ বস্তুৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ সম্ভেদ বিচৰা এক বিজ্ঞানসন্মত বিদ্যা
ఉదాహరణ :
সীমা পুৰাতত্ত্বৰ এগৰাকী ছাত্রী
పర్యాయపదాలు : পুৰাবিদ্যা, পুৰাশাস্ত্র, প্রত্ন-বিজ্ঞান
అర్థం : যি বিজ্ঞানত প্রাচীন কালৰ বস্তুবোৰৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ অন্বেষণ কৰা হয়
ఉదాహరణ :
পুৰাতত্ত্বত নিত্য নতুন অন্বেষণ হৈ আছে
పర్యాయపదాలు : পুৰাতত্ত্ব বিজ্ঞান