పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পুৰণিকলীয়া అనే పదం యొక్క అర్థం.

পুৰণিকলীয়া   বিশেষণ

అర్థం : যিটো প্রচলিত নহয়

ఉదాహరణ : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

పర్యాయపదాలు : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰাতন, প্রচলনহীন

అర్థం : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ఉదాహరణ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

పర్యాయపదాలు : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

అర్థం : পাৰ হৈ যোৱা সময়ৰ সৈতে সম্বন্ধিত

ఉదాహరణ : পুৰণিকলীয়া কাজিয়া-পেচালবোৰ পাহৰি আমি বন্ধুত্বৰ হাত আগবঢ়োৱা উচিত

పర్యాయపదాలు : অতীত কালীন, পূর্বক্ালীন, ভূতকালীন