పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পুৰণি అనే పదం యొక్క అర్థం.

পুৰণি   বিশেষণ

అర్థం : যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল

ఉదాహరణ : এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

పర్యాయపదాలు : আদিম, পুৰণা, পুৰাকালীন, পুৰাতন, প্রাক্-কালীন, প্রাচীন

అర్థం : সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ

ఉదాహరణ : পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে

పర్యాయపదాలు : আগৰ, পূর্বৰ, প্রথমৰ

అర్థం : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ఉదాహరణ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

పర్యాయపదాలు : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

అర్థం : যিটো পাৰ হৈ গৈছে

ఉదాహరణ : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

పర్యాయపదాలు : অতীত, গত, ভূত