అర్థం : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
ఉదాహరణ :
এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
అర్థం : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
ఉదాహరణ :
এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
పర్యాయపదాలు : আবৃত্তি
అర్థం : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
ఉదాహరణ :
ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
అర్థం : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
ఉదాహరణ :
মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
పర్యాయపదాలు : পুনৰকথন