సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু আদিৰ পিছৰ অংশ
ఉదాహరణ : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল
పర్యాయపదాలు : পশ্চভাগ, পিছফাল
అర్థం : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
ఉదాహరణ :
పర్యాయపదాలు : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
అర్థం : সময়, দূৰত্ব আদিত পিছৰ ফালে
ఉదాహరణ : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো
అర్థం : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)
ఉదాహరణ : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে
ఆప్ స్థాపించండి