అర్థం : পাৰত লগোৱা
ఉదాహరణ :
নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
అర్థం : নি্র্বাহ কৰা বা অতিবাহিত কৰা
ఉదాహరణ :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
పర్యాయపదాలు : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
అర్థం : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
ఉదాహరణ :
ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
పర్యాయపదాలు : আগবঢ়োৱা
అర్థం : পাৰ হোৱা বা ব্যতিত হোৱা
ఉదాహరణ :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
పర్యాయపదాలు : অতিবাহিত কৰা, কটোৱা