సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
ఉదాహరణ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
పర్యాయపదాలు : ইনাম, পুৰস্কাৰ, বকচিচ
అర్థం : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
ఉదాహరణ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
పర్యాయపదాలు : উপঢৌকন, ভেটি
అర్థం : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ
ఉదాహరణ : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে
పర్యాయపదాలు : গ্রেচুইটি, বকচিচ
ఆప్ స్థాపించండి