పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পাৰ అనే పదం యొక్క అర్థం.

পাৰ   বিশেষ্য

అర్థం : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল

ఉదాహరణ :

పర్యాయపదాలు : পাৰ চৰাই

అర్థం : সন্মুখত থকা অন্য ফাল

ఉదాహరణ : আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত

అర్థం : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

ఉదాహరణ :

పర్యాయపదాలు : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, বলুকা, সৈকত

అర్థం : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা

ఉదాహరణ : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে

పర్యాయపదాలు : তীৰ

అర్థం : মানুহে নাৱত উঠিবলৈ, পানী ভৰাবলৈ বা গা ধুবলৈ ব্যৱহাৰ কৰা নদী আৰু জলাশয়ৰ কাষৰ ঠাই:তেওঁ ্ ঘাটত বহি নাৱৰ বাবে অপেক্ষা কৰি আছিল

ఉదాహరణ :

పర్యాయపదాలు : ঘাট, পাৰ-ঘাট, পাৰা

అర్థం : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

ఉదాహరణ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

పర్యాయపదాలు : কাষ, কিনাৰ, দাঁতি

అర్థం : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য

ఉదాహరణ : ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে