పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পাল అనే పదం యొక్క అర్థం.

পাল   বিশেষ্য

అర్థం : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ఉదాహరణ : এতিয়া ৰামৰ পাল

పర్యాయపదాలు : নম্বৰ, বাৰ

అర్థం : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ఉదాహరణ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

పర్యాయపదాలు : জাক, সমুদায়, সমূহ

అర్థం : কোনো শাৰী বা ক্রমৰ আগত বা পিছত অহা সুযোগ

ఉదాహరణ : শিৱৰাত্রিৰ দিনা শিৱ মন্দিৰ ্দর্শনৰ ্কাৰণে আধাঘণ্টা থিয় হৈ থকাৰ সময়ত মোৰ পাল আহিল

అర్థం : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ఉదాహరణ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

పర్యాయపదాలు : গণ, গোট, জাক, জুম, দʼম, দল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

అర్థం : বতাহক সন্তুলিত কৰিবলৈ নাৱৰ মাস্তুলত বান্ধি দিয়া দীঘল-চাৰিচুকীয়া কাপোৰ বিশেষ

ఉదాహరణ : হঠাৎ ধুমুহা অহাত নাৱৰ দুর্বল ্ পালখন ফালিল

పర్యాయపదాలు : নাৱৰ পাল

అర్థం : কোনো এক নির্দিষ্ট সময় যʼত এজন কর্ম্্চাৰী বা কর্ম্্চাৰীৰ দল আহি কল-কাৰখানা আদিত কাম কৰে

ఉదాహరణ : ৰামদেৱৰ আজিৰ ৰাতিৰ পাল আৰম্ভ হৈ গʼল