అర్థం : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
ఉదాహరణ :
ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
పర్యాయపదాలు : ৰাজনৈতিক দল
అర్థం : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
ఉదాహరణ :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
పర్యాయపదాలు : পক্ষ
అర్థం : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
ఉదాహరణ :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
పర్యాయపదాలు : দল