అర్థం : পানীৰ দৰে হৈ পৰা পাতল বস্তু
ఉదాహరణ :
ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী
పర్యాయపదాలు : পনীয়া
అర్థం : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
ఉదాహరణ :
এই তৰোৱালখনৰ পানী চাবলগীয়া
పర్యాయపదాలు : ধাৰ
అర్థం : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
ఉదాహరణ :
তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে