సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সুৰক্ষাৰ কাৰণে ভৰিত পিন্ধা চামৰা, কাপোৰ আদিৰে তৈয়াৰ কৰা গোটেইকেইটা আঙুলি ঢাকি ৰখা এবিধ সামগ্রী
ఉదాహరణ : বৰষুণত কাপোৰৰ জোতা কিয় পিন্ধিছা?
పర్యాయపదాలు : জোতা
అర్థం : কাঠৰ পাটত খুটি লগোৱা চেন্ডেল
ఉదాహరణ : মহাত্মাজীয়ে খৰম পিন্ধি আছে
పర్యాయపదాలు : খৰম
ఆప్ స్థాపించండి