పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পাথৰ అనే పదం యొక్క అర్థం.

পাথৰ   বিশেষ্য

అర్థం : শিলৰ টুকুৰা

ఉదాహరణ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল

పర్యాయపదాలు : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড

అర్థం : সৰু আকাৰৰ শিল

ఉదాహరణ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে

పర్యాయపదాలు : শিল, শিলগুটি

అర్థం : মুত্রাশয় আদিত পাথৰৰ সৰু-সৰু টুকুৰা জমা হোৱা এবিধ ৰোগ

ఉదాహరణ : শ্যামে এজন নামী চিকিৎসকৰ সৈতে পাথৰৰ চিকিৎসাৰ কৰিলে

అర్థం : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়

ఉదాహరణ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা

పర్యాయపదాలు : প্রস্তৰ, শিল, শিলাখণ্ড

అర్థం : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে

ఉదాహరణ :

పర్యాయపదాలు : শিলগুটি

అర్థం : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে

ఉదాహరణ :

పర్యాయపదాలు : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন