పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পাত అనే పదం యొక్క అర్థం.

পাত   বিশেষ্য

అర్థం : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু

ఉదాహరణ : তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে

పర్యాయపదాలు : পাট্টা

అర్థం : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ఉదాహరణ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

పర్యాయపదాలు : দল, পত্র, পর্ণ

అర్థం : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়

ఉదాహరణ : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে

పర్యాయపదాలు : পৃষ্ঠা

అర్థం : কাগজৰ সমান পাতল ধাতুৰ পাত

ఉదాహరణ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে

పర్యాయపదాలు : পত্র