అర్థం : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে
ఉదాహరణ :
ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল
పర్యాయపదాలు : পাগল ব্যক্তি
అర్థం : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে
ఉదాహరణ :
বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল
అర్థం : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে
ఉదాహరణ :
ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে
పర్యాయపదాలు : বাউল
అర్థం : মগজুৰ বিকৃতি ঘটা
ఉదాహరణ :
চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
పర్యాయపదాలు : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল