అర్థం : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
ఉదాహరణ :
তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
పర్యాయపదాలు : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা
అర్థం : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ
ఉదాహరణ :
এই চিনেমা হলটোৰ পর্দা বহুত সৰু
పర్యాయపదాలు : স্ক্রীণ
అర్థం : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ
ఉదాహరణ :
এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল
పర్యాయపదాలు : পৰদা