సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
ఉదాహరణ : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
పర్యాయపదాలు : উপাধি, খিতাপ
అర్థం : কোনো পদৰ বিশেষ নাম বা সংজ্ঞা
ఉదాహరణ : বিগ্রেডিয়াৰ এটা পদবীৰ নাম
పర్యాయపదాలు : খিতাপ, বাব
అర్థం : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
ఉదాహరణ : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
పర్యాయపదాలు : উপনাম, উপাধি, বংশনাম
ఆప్ స్థాపించండి