పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পদ అనే పదం యొక్క అర్థం.

পদ   বিশেষ্য

అర్థం : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান

ఉదాహరణ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে

పర్యాయపదాలు : স্থান

అర్థం : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে

ఉదాహరణ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই

పర్యాయపదాలు : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি

అర్థం : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা

ఉదాహరణ : কবিতা ৰচনা কৰা লোকক কবি বোলে

పర్యాయపదాలు : কবিতা, কাব্য, পদ্য

అర్థం : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ

ఉదాహరణ : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়

అర్థం : গোৱা কার্য ্বা ভাব

ఉదాహరణ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

పర్యాయపదాలు : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত

అర్థం : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে

ఉదాహరణ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে

పర్యాయపదాలు : চৰণ, পাদ, পাৱ, ভৰি