పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পতিতা అనే పదం యొక్క అర్థం.

পতিতা   বিশেষ্য

అర్థం : ধন লৈ সম্ভোগ কৰোৱা নাৰী

ఉదాహరణ : কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়

పర్యాయపదాలు : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী

అర్థం : চৰিত্রৰ পতন হোৱা তিৰোতা

ఉదాహరణ : পতিতাত আমাৰ সমাজত মর্যাদা দিয়া নহয়

పర్యాయపదాలు : দুশ্চৰিত্রা

পতিতা   বিশেষণ

అర్థం : বেয়া চৰিত্রৰ তিৰোতা

ఉదాహరణ : পতিতা স্ত্রীয়ে সমাজত কেতিয়াও সন্মান লাভ কৰিব নোৱাৰে

పర్యాయపదాలు : অসতী, দুশ্চৰিত্রা

అర్థం : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে

ఉదాహరణ : ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়

పర్యాయపదాలు : চৰিত্রহীনা, নষ্টা, বনৰী, ব্যভিচাৰিণী, ভ্রষ্টা, স্বৈৰিণী, ৰাজহী