సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
ఉదాహరణ :
పర్యాయపదాలు : অধ্যাপক, আচার্য, গুৰু, শিক্ষক, শিক্ষাগুৰু
అర్థం : যিজনৰ কোনো বিষয়ত ভাল জ্ঞান আছে
ఉదాహరణ : ভাৰতবর্ষ অতীজৰে পৰা জ্ঞানীৰ দেশ আছিল
పర్యాయపదాలు : জ্ঞানী, বিদ্বান
ఆప్ స్థాపించండి