పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পঢ়া అనే పదం యొక్క అర్థం.

পঢ়া   বিশেষ্য

అర్థం : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

ఉదాహరణ : ৰামে বেদ পাঠ কৰি আছে

పర్యాయపదాలు : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

అర్థం : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

ఉదాహరణ : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

అర్థం : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

ఉదాహరణ : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

అర్థం : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

ఉదాహరణ : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

అర్థం : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

ఉదాహరణ : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

పర్యాయపదాలు : অধ্যয়ন কৰা

అర్థం : শিক্ষা গ্রহণ কৰা

ఉదాహరణ : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

పర్యాయపదాలు : পঢ়াশুনা কৰা