అర్థం : কোনো পত্র বা আদেশ আদিক উচিত স্থানলৈ লৈ যোৱা কার্য
ఉదాహరణ :
তেওঁ প্ৰেৰণৰ কাৰণে পাৰ চৰাই পুহি ৰাখিছে
పర్యాయపదాలు : প্ৰেৰণ
అర్థం : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
ఉదాహరణ :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
పర్యాయపదాలు : পঠোৱা, ৰাওনা হোৱা