సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মছলা আদি পিহিব পৰা শিলৰ পাট:গীতাই ভিজোৱা দাইলখিনি পটাত পিচিছে
ఉదాహరణ :
పర్యాయపదాలు : জাঁত
అర్థం : কোনো বস্তু পিচিব পৰা শিলৰ বা লোহাৰ টুকুৰা
ఉదాహరణ : কবিৰাজে খুন্দনাত কিছুমান ঔষধ পিচি আছে
పర్యాయపదాలు : খুন্দনা, পিহনা
అర్థం : পিচিব বা গুৰি কৰিব পৰা বস্তু
ఉదాహరణ : ৰামুৱে পিচিবৰ কাৰণে পিহনাখন বস্তাত ভৰাই আছে
పర్యాయపదాలు : পিহনা
ఆప్ స్థాపించండి